Desh Bidesh

নেতৃত্ব সলনি হ’ব পাৰে ব্যৰ্থ কংগ্ৰেছৰ

পাৰহৈ যোৱা নিৰ্বাচন সমূহত উপৰ্যুপৰি পৰাভূত হোৱা কংগ্ৰেছ দলৰ নেতৃত্ব সলনিৰ প্ৰসংগকলৈ দলটোৰ মাজত বিভিন্ন সময়ত আলোচনা হৈছে যদিও মূৰকত সেয়া কাৰ্যকৰী হৈ উঠাগৈ নাই ৷ একমাত্ৰ গান্ধী পৰিয়ালৰ প্ৰতি থকা আনুগত্যৰ বাবেই দলটোৰ একাংশই তেনে পৰিবৰ্তনৰ ক্ষেত্ৰত বিধিপথালিৰ সৃষ্টি কৰি আহিছে। এই বাতৰি আপোনালোকে পঢ়িছে www.groundnews.in ৰ পৰা। অৱশ্যে ১৩ ফেব্ৰুৱাৰীত কংগ্ৰেছ দলটোৰ নেতৃত্ব সলনিৰ প্ৰসংগত বাস্তৱিক কিবা এটা হ’বগৈ পাৰে ৷ ছোনিয়া গান্ধীয়ে দেওবাৰে দিনৰ ১০ বজাত আয়োজন কৰিছে দলৰ সংসদীয় সমিতিৰ বৈঠক ৷ আনহাতে বিয়লিলৈ অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক ৷ যিহেতু দুয়োখন সভা আহ্বান কৰাৰ আঁৰৰ উদ্যোক্তা হৈছে ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা সেয়ে চৰ্চিত হৈছে তেওঁলোকে কংগ্ৰেছ দলৰ লেকামডাল এৰিব বিচাৰিছে ৷

Related posts

ভাৰতেই হ’ব পাৰে ইউক্ৰেইন-ৰাছিয়াৰ মাজত মধ্যস্থতাকাৰী

groundnews

গ্ৰাউণ্ড নিউজত আজি অভিশপ্ত কুনান পুছপাৰাকলৈ বিশেষ প্ৰতিবেদন ৷

groundnews

ইউক্ৰেইনৰ ৰাজধানীৰ সমীপত বৃহৎ ৰাছিয়ান কনভয়

groundnews

Leave a Comment