Desh Bideshউচ্চতম ন্যায়ালয়ত খাৰিজ মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদনgroundnewsApril 1, 2022June 7, 2022 by groundnewsApril 1, 2022June 7, 2022031 ১ এপ্ৰিল : মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে স্পেছিয়েল ইনভেষ্টিগেছন টীম গঠন কৰিবলৈ গৈ বাৰে বাৰে মুখ থেকেচা খাইছে মহাৰাষ্ট্ৰৰ চৰকাৰে ৷ উল্লেখ্য যে...
Desh Bideshভাৰতেই হ’ব পাৰে ইউক্ৰেইন-ৰাছিয়াৰ মাজত মধ্যস্থতাকাৰীgroundnewsApril 1, 2022June 7, 2022 by groundnewsApril 1, 2022June 7, 2022036 ...
Desh Bideshগ্ৰাউণ্ড নিউজত আজি অভিশপ্ত কুনান পুছপাৰাকলৈ বিশেষ প্ৰতিবেদন ৷groundnewsMarch 16, 2022 by groundnewsMarch 16, 2022034 ...
Desh Bideshনেতৃত্ব সলনি হ’ব পাৰে ব্যৰ্থ কংগ্ৰেছৰgroundnewsMarch 13, 2022March 13, 2022 by groundnewsMarch 13, 2022March 13, 2022035 পাৰহৈ যোৱা নিৰ্বাচন সমূহত উপৰ্যুপৰি পৰাভূত হোৱা কংগ্ৰেছ দলৰ নেতৃত্ব সলনিৰ প্ৰসংগকলৈ দলটোৰ মাজত বিভিন্ন সময়ত আলোচনা হৈছে যদিও মূৰকত সেয়া কাৰ্যকৰী হৈ উঠাগৈ নাই...
Desh Bideshইউক্ৰেইনৰ ৰাজধানীৰ সমীপত বৃহৎ ৰাছিয়ান কনভয়groundnewsMarch 12, 2022 by groundnewsMarch 12, 2022038 ৰাছিয়াৰ শেহতীয়া আগ্ৰাসনমূলক নীতি অনুসৰি ইউক্ৰেইনৰ ভলনোভাকা চহৰখন ইতিমধ্যে ৰাছিয়ান সমৰ্থিত বিচ্ছিন্নতাবাদী শক্তিয়ে দখল কৰিছে। আনহাতে বি.বি.চিয়ে পৰিৱেশন কৰা বাতৰিত প্ৰকাশ যে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ...
Desh Bideshছ’লাৰ নিয়ন্ত্ৰিত পৃথিৱীৰ প্ৰথমটো বিমান বন্দৰ হল ভাৰতৰgroundnewsMarch 10, 2022March 12, 2022 by groundnewsMarch 10, 2022March 12, 2022026 কাৰ্বন নিগৰ্মন হ্ৰাসৰ বাবে সমগ্ৰ বিশ্বই যি সময়ত বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে সেই সময়তে ভাৰতে বিশ্বক দিছে এটা ইতিবাচক খবৰ। বিশ্বৰ ভিতৰতে সম্পূৰ্ণৰূপে ছ’লাৰ...
Desh Bideshনিৰ্বাচন : পাঞ্জাৱ আম আদমিৰ দখলতgroundnewsMarch 10, 2022March 12, 2022 by groundnewsMarch 10, 2022March 12, 2022060 যি দেখা গৈছে দেশৰ ৰাজনীতিত কংগ্ৰেছে ভয়ংকৰৰ পৰা ভয়ংকৰ দিনলৈ গমণ কৰিছে ৷ কংগ্ৰেছৰ দখলত থকা পাঞ্জাৱ আম আদমি দলে দখল কৰাৰ পিচত নিৰ্বাচনত পৰাস্ত...
Desh Bideshইউক্ৰেইন : ৰাছিয়াই নিক্ষেপ কৰা বোমাত মৃত্যু কেংগাৰুৰgroundnewsMarch 10, 2022March 12, 2022 by groundnewsMarch 10, 2022March 12, 2022057 ইউক্ৰেইনৰ পৰা অহা শেহতীয়া খবৰনুসৰি ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণৰ বাবে ধন জনৰ হানি হোৱাৰ উপৰিও মৃত্যু হৈছে নিৰ্বোধ প্ৰাণীৰো। খাৰকিভ নামৰ ঠাইত অৱস্থিত চিৰিয়াখানাত ৰাছিয়াই বোমা...