AssamBREAKING NEWSDesh BideshTechnologyআবৰ্জনাৰ পৰা সম্পদলৈ গুৱাহাটী আই আই টিৰ সফলতাgroundnewsSeptember 20, 2023 by groundnewsSeptember 20, 2023021 গ্ৰাউণ্ড নিউজৰ সংবাদ, ২০ চেপ্টেম্বৰ: ২০২৩ আই আই টি গুৱাহাটীৰ গৱেষকে চাহ উদ্যোগৰ আবৰ্জনাৰ বহনক্ষম আৰু কাৰ্যক্ষম ব্যৱহাৰ হোৱাকৈ এক নতুন প্ৰযুক্তি উদ্ভাৱন কৰিছে৷ চাহ...
BREAKING NEWSChild RightsDesh Bideshৰাষ্ট্ৰসংঘৰ গলগ্ৰহৰ ৰূপত শান্তিসেনাgroundnewsSeptember 16, 2023 by groundnewsSeptember 16, 202304 গ্ৰাউণ্ড নিউজৰ সংবাদ: ১৬ চেপ্টেম্বৰ, ২০২৩ ৰাষ্ট্ৰসংঘই নিয়োজিত কৰা শান্তিৰক্ষী বাহিনীৰ কাৰ্যই লজ্জানত কৰিছে ৰাষ্ট্ৰসংঘৰ লগতে মানৱ সমাজকো ৷ বিশ্বৰ পীড়িত অঞ্চলসমূহত শান্তি ৰক্ষাৰ কাৰণে...
BREAKING NEWSDesh Bideshনিৰাপদ হয় নে নদীবান্ধgroundnewsSeptember 13, 2023September 13, 2023 by groundnewsSeptember 13, 2023September 13, 202305 গ্ৰাউণ্ড নিউজৰ সংবাদ, ১৩ চেপ্টেম্বৰ, ২০২৩ নদীবান্ধক লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মাজত সন্দেহ-শংকা দীৰ্ঘদিন ধৰি বিৰাজ কৰিছে৷ নদীবান্ধে পাৰিপাৰ্শ্বিক লগতে নদীকাষৰীয়া এলেকাৰ ৰাইজৰ...
AssamBREAKING NEWSDesh Bideshৰাছিয়াত সৰ্বানন্দgroundnewsSeptember 12, 2023 by groundnewsSeptember 12, 202305 গ্ৰাউণ্ড নিউজৰ সংবাদ, ১২ চেপ্টেম্বৰ, ২০২৩ ৮ সংখ্যক “প্ৰাচ্য অৰ্থনৈতিক মঞ্চত” অংশ লোৱাৰ উদ্দেশ্য কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাছিয়াৰ বন্দৰ...
animalsBREAKING NEWSNewsলোভেই পাপ, পাপেই কাৰাগাৰ, কাছ আখ্যানে লজ্জানত কৰিছে অইল ইণ্ডিয়াকgroundnewsSeptember 10, 2023September 10, 2023 by groundnewsSeptember 10, 2023September 10, 202307 গ্ৰাউণ্ড...
Desh Bidesh৮৩ বছৰ বয়সত পুনৰ পিতৃ হ’ল অভিনেতাgroundnewsJune 16, 2023September 20, 2023 by groundnewsJune 16, 2023September 20, 2023017 গ্ৰাউণ্ড নিউজ ডট ইনৰ সংবাদ, ১৬ জুন: চিনেমা জগতৰ তেওঁ যশস্বী অভিনেতা৷ এতিয়া বয়স মাত্ৰ ৮৩ বছৰ হৈছেহে৷ তেওঁৰ সৈতে সহবাস কৰা বান্ধৱী অভিনেতাগৰাকীতকৈ ৫৪...
Desh Bideshলণ্ডনত মৃত্যু বিচ্ছিন্নতাবাদী খালিস্তানী নেতাৰgroundnewsJune 15, 2023 by groundnewsJune 15, 2023037 গ্ৰাউণ্ড নিউজ ডট ইন সংবাদ ১৫ জুন : বৃটেইনত সক্ৰিয় হৈ থকা খালিস্তানী লিবাৰেচন ফ্ৰণ্টৰ নেতা অৱতাৰ সিঙ খান্দাৰ আজি মৃত্যু ঘটিছে ৷ ৰক্তৰ কৰ্কট...
Assamঅলিম্পিকৰ জন্মভূমি এথেন্সত নাহৰকটীয়াৰ জীয়ৰী ঋষিকা মহন্তgroundnewsJune 15, 2023June 15, 2023 by groundnewsJune 15, 2023June 15, 2023015 ৬৩ তম আন্তঃৰাষ্ট্ৰীয় তৰুণ অলিম্পিক ৰাষ্ট্ৰদূত সন্মিলনত অংশগ্ৰহণেৰে কঢ়িয়াই আনিছে গৌৰৱৰ বাৰ্তা গ্ৰাউণ্ড নিউজ ডট ইনৰ সংবাদ ১৫ জুন : নাহৰকটীয়া লংজং গাঁৱৰ জীৱৰী ঋষিকা...
Desh Bideshএলন মাস্কৰ টুইটাৰৰ বিৰুদ্ধে ন্যায়ালয়ত মিউজিক প্ৰডিউচাৰgroundnewsJune 15, 2023 by groundnewsJune 15, 2023019 গ্ৰাউণ্ড নিউজ ডট ইন সংবাদ: ১৫ জুন – বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ পাছৰে পৰাই যেন বিতৰ্কই লগ নেৰা হৈছে ছচিয়েল...
BREAKING NEWSDesh Bideshফিলিপাইনছত ৬.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পgroundnewsJune 15, 2023September 20, 2023 by groundnewsJune 15, 2023September 20, 2023022 গ্ৰাউণ্ড নিউজ ডট ইনৰ প্ৰতিবেদন ১৫ জুন : আজি পুৱাই ফিলিপাইনছত ভূমিকম্প সংঘটিত হয়৷ জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’চায়েন্সে সদৰী কৰা তথ্যনুসৰি ফিলিপাইনছৰ ৰাজধানী মেনিলাৰ...