OTHER

বুধবাৰে বিয়লি সম্প্ৰসাৰণ বংগৰ কেবিনেট

আজি সম্প্ৰসাৰণ হ’ব মমতা বেনাৰ্জীৰ কেবিনেট
গ্ৰাউণ্ড নিউজৰ সংবাদ : একাদিক্ৰমে তৃতীয়টো কাৰ্যকাল চম্ভালা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁ এইবাৰা কেবিনেট আজি প্ৰথম বাৰলৈ সম্প্ৰসাৰিত কৰিব ৷ নতুনকৈ চাৰিৰ পৰা পাঁচগৰাকীকৈ অন্তৰ্ভুক্ত হ’বলগীয়া কেবিনেটত ঠাই পাব ভূতপূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই । উল্লেখ্যে যে সুপ্ৰিয়ই বিজেপি এৰি মমতাৰ তৃণমূলত বিগত ২১ চনৰ ছেপ্টেম্বৰত যোগদান কৰিছিল ৷ বাবুল সুপ্ৰিয়ৰ উপৰিও উদয়ন গুহ, পাৰ্থ ভৌমিক, তাপস ৰয়, স্নেহাশীষ চক্ৰৱৰ্তীয়ে বুধবাৰে সন্ধিয়ালৈ মমতা বেনাৰ্জীৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাটো নিশ্চিত হৈছে ৷

Related posts

AAMAAR ODHIKAAR : Ground News Dot In presents special program on 8th March.

groundnews

মাজনিশা ইডিয়ে গ্ৰেপ্তাৰ কৰিলে শিৱসেনাৰ সাংসদক

groundnews

তিনিগৰাকী কবি আৰু সৃষ্টিৰ আঁৰৰ কাহিনী

groundnews

Leave a Comment