OTHER

ছোনিয়াই কংগ্ৰেছৰ সভানেত্ৰী : ৱৰ্কিং কমিটিৰ সিদ্ধান্ত

পৰাজয়ৰ পৰাও শিক্ষা আহৰণ নকৰিলে কংগ্ৰেছ দলে ৷ দেওবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত দলটোৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ প্ৰতি নহ’ল কোনো বিৰুদ্ধাচৰণ ৷ “ আমাৰ সকলোৱে সভানেত্ৰীৰ ওপৰত আস্থা দেখুৱাইছে ৷” এনেকৈ অৱগত কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি বেণুগোপালে ৷

Related posts

গুজৰাটত গৰুৰ ৰাজনীতি কেজৰিৱালৰ

groundnews

মাজনিশা ইডিয়ে গ্ৰেপ্তাৰ কৰিলে শিৱসেনাৰ সাংসদক

groundnews

কংগ্ৰেছত বিদ্ৰোহ : সংকট মোচনৰ উপায় অন্বেষণ

groundnews

Leave a Comment