Desh Bidesh

ইউক্ৰেইন : ৰাছিয়াই নিক্ষেপ কৰা বোমাত মৃত্যু কেংগাৰুৰ

ইউক্ৰেইনৰ পৰা অহা শেহতীয়া খবৰনুসৰি ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণৰ বাবে ধন জনৰ হানি হোৱাৰ উপৰিও মৃত্যু হৈছে নিৰ্বোধ প্ৰাণীৰো। খাৰকিভ নামৰ ঠাইত অৱস্থিত চিৰিয়াখানাত ৰাছিয়াই বোমা নিক্ষেপ কৰাত চিৰিয়াখানাৰ দুটা কেংগাৰুৰ মৃত্যু হয় ১০ মাৰ্চৰ নিচেই পুৱাতে ৷ উল্লেখ্য যে ইয়াৰ ঠিক এদিন পূৰ্বে জীৱ-জন্তুক আহাৰ প্ৰদান কৰিবলৈ বাহিৰলৈ ওলাই যোৱা অৱস্থাত ৰাছিয়ান সেনাৰ আক্ৰমণত চিৰিয়াখানাটোৰ দুগৰাকীকৈ কৰ্মচাৰী নিহত হৈছিল ৷ আপুনি এই বাতৰি পঢ়ি আছে www.groundnews.inৰ পৰা ৷ ইফালে পৰিস্থিতি এনে পৰ্যায় পোৱাৰ পিচত চিৰিয়াখানাৰ তৰফৰ পৰা সমগ্ৰ বিশ্বৰে সহায়-সমৰ্থন বিচৰা হৈছে চিৰিয়াখানাত অসুৰক্ষিত হৈ পৰা পাঁচ সহস্ৰাধিক প্ৰাণীক ৰক্ষা কৰাৰ স্বাৰ্থত ৷

Related posts

ছ’লাৰ নিয়ন্ত্ৰিত পৃথিৱীৰ প্ৰথমটো বিমান বন্দৰ হল ভাৰতৰ

groundnews

ইউক্ৰেইনৰ ৰাজধানীৰ সমীপত বৃহৎ ৰাছিয়ান কনভয়

groundnews

বিতৰ্কিত অভিনেত্ৰীৰ ঘৰত ওলাইছে কোটিয়ে কোটিয়ে টকা

groundnews

Leave a Comment